Begin typing your search above and press return to search.
গুৱাহাটীত আঞ্চলিক বিষয়া নিযুক্তিৰ বাবে চেন্সৰ ব'ৰ্ডৰ আবেদন আহ্বান
চেন্সৰ ব'ৰ্ডে গুৱাহাটীত আঞ্চলিক বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ৬৭,৭০০টকাৰ পৰা ২,০৮, ৭০০টকা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৯-২০২০।
শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী। তদুপৰি আন এটা ভাৰতীয় ভাষাসহ হিন্দীৰ উন্নত জ্ঞান থাকিব লাগিব। ভাৰত বুৰঞ্জী আৰু ভাৰতীয় ভাল জ্ঞান থাকিব লাগিব। প্ৰশাসনিক বা ব্যৱস্থাপনাৰ দায়িত্বশীল পদবীত নূন্যতম সাত বছৰ কাম কৰিব লাগিব।
বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হ'ব নালাগিব।
কাৰ্যালয়ৰ ঠিকনাঃ Under Secretary (Films), Ministry of Information and Broadcasting, A-Wing, Shastri Bhavan, New Delhi-l10001
প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
Next Story