কেন্দ্ৰীয় নিয়োগ বিনিময় কেন্দ্ৰত ভকেচনেল ইনষ্ট্ৰাক্টৰৰ পদখালী

পদৰ সবিশেষ তথা অৰ্হতা, দৰমহা আদিৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
কেন্দ্ৰীয় নিয়োগ বিনিময় কেন্দ্ৰত ভকেচনেল ইনষ্ট্ৰাক্টৰৰ পদখালী
Published on: 

কেন্দ্ৰীয় নিয়োগ বিনিময় কেন্দ্ৰত ভকেচনেল ইনষ্ট্ৰাক্টৰৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : ভকেচনেল ইনষ্ট্ৰাক্টৰ ।

খালী পদৰ সংখ্যা : ০১

বয়স : ৩০বছৰ

দৰমহা : ৩৫,৪০০ - ১,৪২,৪০০টকা, মাহিলী

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৪/০৯/২০২১

ৱেবচাইট : labour.gov.in

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

সকলো ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীক নিজৰ আবেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে ১৪ চেপ্টেম্বৰ ২০২১ তাৰিখে, দুপৰীয়া আগেয়ে আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

ঠিকনা : মুখ্য কাৰ্যালয়, ৰাষ্ট্ৰীয় সংস্থান সেৱা কেন্দ্ৰ বিকলাংগ সকলৰ বাবে, NSTI চৌহদ, V.N. পুৰৱ মাৰ্গ, চুণাভত্তি, মুম্বাই ৪০০০২২।

বাছনি কৰা প্ৰাৰ্থীক অনলাইন সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com