Begin typing your search above and press return to search.

কেন্দ্ৰীয় স্বাস্থ্য সেৱা সমাজত বিভিন্ন পৰ্যায়ৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

কেন্দ্ৰীয় স্বাস্থ্য সেৱা সমাজত বিভিন্ন পৰ্যায়ৰ পদখালী

RaktimBy : Raktim

  |  25 Aug 2021 9:03 AM GMT

কেন্দ্ৰীয় স্বাস্থ্য সেৱা সমাজত প্ৰৱন্ধক, প্ৰশাসনীয় বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : প্ৰবন্ধক, প্ৰশাসনীয় বিষয়া

খালী পদৰ সংখ্যা : ০৮টা

দৰমহা : ২৫,০০০ - ৪০,০০০ টকা, মাহিলী

বয়স : ৪০ - ৬১ বছৰ

নিযুক্তিৰ স্থান : গুৱাহাটী, আগৰতলা, দিল্লী

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৬/০৯/২০২১

আবেদন মাছুলৰ প্ৰক্ৰিয়া : অফলাইন

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী, B Pharm, M Pharm/ BE, BTech,BCA, MBA, MCA ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী নিজৰ আবেদন পত্ৰ, প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিম্নোক্ত কাৰ্যালয়লৈ (অন্তিম তাৰিখ) ৭ ছেপ্টেম্বৰ, ২০২১ৰ আগত পঠাব পাৰিব।

ঠিকনা : সাধাৰণ সম্পাদক ( প্ৰশাসন ), কেন্দ্ৰীয় স্বাস্থ্য সেৱা সমাজ, দ্বিতীয় ফ্লৰ, বিশ্ব যুৱক কেন্দ্ৰ, ৮, তিন মূৰ্তি মাৰ্গ, চানক্যাপুৰি, নতুন দিল্লী - ১১০০২১।

বাছনি প্ৰক্ৰিয়া সাক্ষাৎকাৰৰ ওপৰত ভিত্তি কৰিব।

Next Story
চাকৰি