মধ্য ৰেলৱেত চিকিত্সক নিযুক্তি

মধ্য ৰেলৱেই চিকিত্সক( CMP) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
মধ্য ৰেলৱেত চিকিত্সক নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ১৮টা।

দৰমহাঃ মাহিলী ৭৪ হেজাৰ টকাৰ পৰা ৯৫ হেজাৰ টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫৩ বছৰ।

নিযুক্তিৰ স্থানঃ মুম্বাই।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-১১-২০২০।

প্ৰাৰ্থী বাছনিঃ অনলাইনত সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে অনুমোদিত প-পত্ৰৰ জৰিয়তে শৈক্ষিক প্ৰমাণপত্ৰৰ কপিসহ অহা ৩০ নৱেম্বৰৰ সন্ধিয়া ৬ বজালৈ cpogazcmp@gmail.com- এই ঠিকনাত প্ৰেৰণ কৰিব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com