উপায়ুক্ত কাৰ্য্যালয় বাক্সা নিযুক্তি ২০২২ - মুখ্য সহায়কাৰ পদ খালী

উপায়ুক্ত কাৰ্য্যালয় বাক্সাত মুখ্য সহায়কাৰী খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।
উপায়ুক্ত কাৰ্য্যালয় বাক্সা নিযুক্তি ২০২২ - মুখ্য সহায়কাৰ পদ খালী
Published on

উপায়ুক্ত কাৰ্য্যালয় বাক্সা :

নলবাৰী, বৰপেটা, কামৰূপ আৰু দৰং জিলাৰ কিছু অংশ একত্ৰিত কৰি আন্তঃ গাঠনি কৰা হৈছিল বৰ্তমানৰ বাক্সা জিলাৰ। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত স্বাক্ষৰিত ঐতিহাসিক বিটিচি (বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল) চুক্তিৰ ফলস্বৰূপে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি নামৰ চাৰিখন জিলাৰ সৈতে বিটিএডি (বড়োলেণ্ড টেৰিটৰিয়েল অটোনমিক্স ডিষ্ট্ৰিক্ট) গঠন কৰা হয়। যদিও মূল শব্দ 'বাক্সা' বিতৰ্কৰ উৰ্ধত নহয়, জনসংখ্যাৰ এটা ভাল অংশই 'বাক্সা'ৰ সলনি 'বাগচা' ব্যৱহাৰ কৰাটো পছন্দ কৰে। এক জনপ্ৰিয় লোক বিশ্বাস অনুসৰি "বাক্সা" শব্দৰ উৎপত্তি হৈছে "বাংসা"  শব্দৰ। যাক ভুল ৰূপে উচ্চাৰণ কৰি প্ৰসিদ্ধ কৰা হৈছে বাক্সা শব্দটি। ইয়াৰ প্ৰকৃত ৰূপ বাংসাৰ অৰ্থ হৈছে খেতি ঘৰ আৰু এটি কৰিডৰ যি জনা যায় ভূটানৰ ৰজা আৰু প্ৰজাসকলে এই অঞ্চলৰ সমভূমি লৈ বাণিজ্য আৰু যাত্ৰাৰ বাবে ব্যৱহাৰ কৰিছিল। উল্লেখযোগ্য যে "বাংসা"ক ভূটানৰ অতিকৈ গুৰুত্বপূৰ্ণ "ডোৱাৰ্ছ" হিচাপে পৰিগণিত কৰা হয়।

উপায়ুক্ত কাৰ্য্যালয় বাক্সাত পদ খালী :

উপায়ুক্ত কাৰ্য্যালয় বাক্সাত শেহতীয়া ভাৱে মুখ্য সহায়কাৰী খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্যৰ বাবে প্ৰাৰ্থী সকলে তলত উল্লেখিত তথ্য সমূহ পৰীক্ষা কৰিব পাৰে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম 

মুখ্য সহায়ক

খালী পদ 

 বিভিন্ন

বয়স 

উল্লেখিত নাই

দৰমহা

২২,০০০ - ৮৭,০০০/- প্ৰতি মাহে

অৱস্থান

বাক্সা - অসম

অন্তিম তাৰিখ

০৮ জানুৱাৰী ২০২২

আৱেদন মাছুল 

নিল 

শিক্ষাগত অৰ্হতা :

উপায়ুক্ত কাৰ্য্যালয় বাক্সাৰ অধিসূচনা অনুসৰি

অভিজ্ঞতা :

প্ৰাৰ্থীসকলে অসমৰ যিকোনো সংশ্লিষ্ট উপায়ুক্ত প্ৰতিষ্ঠানত পৰ্যৱেক্ষক সহায়ক হিচাপে কমেও ২ (দুই) বছৰ সেৱা আগবঢ়োৱা হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন মুছলপুৰ, বাক্সাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com