শিশু উন্নয়ন প্ৰকল্প বিষয়া নাজিৰা কাৰ্যালয়ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
শিশু উন্নয়ন প্ৰকল্প বিষয়া নাজিৰা কাৰ্যালয়ত পদখালী
Published on

শিশু উন্নয়ন প্ৰকল্প বিষয়া নাজিৰা কাৰ্যালয়ে অংগণবাড়ী কৰ্মীৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : অংগণবাদি কৰ্মচাৰী, ক্ষুদ্ৰ সহকাৰী আৰু সহায়ক

খালী পদৰ সংখ্যা : ৩৮

বয়স : ১৮ - ৪৪বছৰ

দৰমহা : ৩,২৫০ - ৬,৫০০টকা, মাহিলী

নিযুক্তিৰ স্থান : নাজিৰা, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৮/১০/২০২১

শিক্ষাগত অৰ্হতা :

• অংগণবাদি আৰু ক্ষুদ্ৰ সহকাৰী : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ দ্বাদশ শ্ৰেণী পাছ হ'ব লাগিব।

যদিহে উল্লিখিত স্থানত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা কোনো প্ৰাৰ্থী নাথাকে, তেন্তে অৰ্হতা ঘটাই দশম শ্ৰেণী উত্তীৰ্ণ কৰাই দিয়া হ'ব।

• সহায়ক : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ দশম শ্ৰেণী পাছ হ'ব লাগিব।

যদিহে উল্লিখিত স্থানত দ্বাদশ শ্ৰেণী পাছ কৰা কোনো প্ৰাৰ্থী নাথাকে, তেন্তে অৰ্হতা ঘটাই নৱম শ্ৰেণী উত্তীৰ্ণ কৰি দিয়া হ'ব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া নাজিৰা কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব। পূৰণ কৰা আবেদন পত্ৰ, প্ৰয়োজনীয় নথিপত্ৰ, ফটোসহ শিশু উন্নয়ন প্ৰকল্প বিষয়া নাজিৰা কাৰ্যালয়ত জমা কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com