মুখ্য ন্যায়িক দণ্ডাধিশ , শোণিতপুৰ নিযুক্তি ২০২০

মুখ্য ন্যায়িক দণ্ডাধিশ , শোণিতপুৰ নিযুক্তি ২০২০

মুখ্য ন্যায়িক দণ্ডাধিশ , শোণিতপুৰ নিযুক্তি ২০২০

পদৰ নাম - অফিচ পিয়ন

পদৰ সংখ্যা -০১

২) কোৰ্ট এটেচদ পিয়ন

পদৰ সংখ্যা - ০১

৩) পিয়ন

পদৰ সংখ্যা -০৫

দৰমহা- ১২,০০০ ৰ পৰা ৫২,০০০

অৰ্হতা - দশম শ্ৰেণীত উৰ্ত্তীণ হ'ব লাগিব ।

কেনেদৰে আবেদন জনাব - প্ৰাৰ্থীয়ে উপযুক্ত নথি পত্ৰ সমূহ তলৰ ঠিকনাৰ প্ৰেৰণ কৰিব পাৰিব ---

Chief Judicial Magistrate, Sonitpur.

অন্তিম তাৰিখ-১৬-০৬-২০২০

অধিক জানিবৰ বাবে : click here 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com