Begin typing your search above and press return to search.

চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কেন্সাৰ ইনষ্টিটিউটত চিকিত্সক নিযুক্তি

চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কেন্সাৰ ইনষ্টিটিউটে বিশেষজ্ঞ আৰু জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কেন্সাৰ ইনষ্টিটিউটত চিকিত্সক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jan 2022 10:57 AM GMT


চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কেন্সাৰ ইনষ্টিটিউটৰ বিষয়েঃ

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰখ্যাত চিকিত্সক বিচি ৰয়ৰ সহায়-সমৰ্থনত চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কেন্সাৰ ইনষ্টিটিউটত প্ৰতিষ্ঠা কৰা হয়। ১৯৫০-ৰ ২ জানুৱাৰীত বৰেণ্য বিজ্ঞানী মাডাম ক্যুৰীয়ে এই প্ৰতিষ্ঠান উদ্বোধন কৰে। এই প্ৰতিষ্ঠানৰ নাম দেশবন্ধু চিত্তৰঞ্জন দাসৰ নামত ৰখা হৈছে। আৰম্ভণিতে এই প্ৰতিষ্ঠান কেৱল কৰ্কট চিকিত্সা কেন্দ্ৰহে আছিল। চৰকাৰী পুঁজি লাভ কৰা সংস্থাৰ সাহায্যৰে লাহে লাহে এই প্ৰতিষ্ঠানক প্ৰাৰম্ভিক আৰু ক্লিনিকেল গৱেষণা প্ৰতিষ্ঠানৰূপে গঢ়ি তোলা হয়। ফলত এই প্ৰতিষ্ঠান অৱশেষত ১৯৫৭-ত চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কেন্সাৰ ইনষ্টিটিউটত পৰিণত হয়। এই প্ৰতিষ্ঠানৰ পুঁজি কেন্দ্ৰীয় চৰকাৰে যোগন ধৰে। কৰ্কটৰ গৱেষণাৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠান প্ৰতিশ্ৰুতিবদ্ধ।


চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কেন্সাৰ ইনষ্টিটিউটত নিযুক্তি-২০২২ঃ

চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কেন্সাৰ ইনষ্টিটিউটে বিশেষজ্ঞ আৰু জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

বিশেষজ্ঞ, জ্যেষ্ঠ আৱাসিক চিকিত্সক।

খালী পদ

২টা।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ।

দৰমহা

নিয়ম অনুসৰি।

অন্তিম তাৰিখ

১২ জানুৱাৰী ২০২২

চাকৰিৰ স্থান

কলকাতা (পশ্চিমবংগ)

আবেদন মাচুল

১০০ টকা । আদায়ৰ পদ্ধতিঃ ডিমাণ্ড ঢ্ৰাফট।

ৱেবছাইটঃ cnci.org.in

পদৰ সবিশেষঃ

বিশেষজ্ঞঃ খালী পদৰ সংখ্যাঃ ১টা।

জ্যেষ্ঠ আৱাসিক চিকিত্সক, খালী পদৰ সংখ্যাঃ ১ টা।

বয়সৰ সীমাঃ

বিশেষজ্ঞঃ সৰ্বোচ্চ ৪৫ বছৰ।

জ্যেষ্ঠ আৱাসিক চিকিত্সকঃ ৩৭ বছৰ।

শিক্ষাগত অৰ্হতাঃ

বিশেষজ্ঞঃ স্নাতকোত্তৰ, ডি এম / এম ডি/ ডি এন বি।।

জ্যেষ্ঠ আৱাসিক চিকিত্সকঃ Anesthesiology-ত স্নাতকোত্তৰ।

অভিজ্ঞতাৰ সবিশেষঃ

বিশেষজ্ঞৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ শিক্ষা সমাপ্তিৰ পাছত Anesthesiology-ত ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদন প্ৰক্ৰিয়াঃ

প্ৰথমে অফিচিয়েল ৱেবছাইট iitg.ac.in চাওক

আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰ পৰীক্ষা কৰক।

এই নিযুক্তিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ পূৰণ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) ।

আবেদন পত্ৰ অহা ১২ জানুৱাৰী ২০২২-ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰক।



আৰু চাব পাৰে : দিল্লী বিশ্ববিদ্যালয় নিযুক্তি ২০২২ : সহকাৰী অধ্যাপকৰ খালী পদ

Next Story
চাকৰি