Begin typing your search above and press return to search.

ক'ল ইণ্ডিয়া লিমিটেডত উপদেষ্টাৰ পদখালী

কল ইণ্ডিয়া লিমিটেডত উপদেষ্টাৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Nov 2021 10:04 AM GMT

ক'ল ইণ্ডিয়া লিমিটেডৰ বিষয়েঃ ক'ল ইণ্ডিয়া লিমিটেড হৈছে কয়লা খনন আৰু শোধনৰ এটা চৰকাৰী প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ৰ অধীনৰ আৰু ইয়াৰ মুখ্য কাৰ্যালয় কলকাতাত অৱস্থিত। ই হৈছে বিশ্বৰ সৰ্ববৃহত কয়লা উত্পাদনকাৰী প্ৰতিষ্ঠান আৰু ভাৰতৰ মহাৰত্ন প্ৰতিষ্ঠান। তদুপৰি ক'ল ইণ্ডিয়া লিমিটেড হৈছে দেশৰ পঞ্চম বৃহত নিয়োগকাৰী প্ৰতিষ্ঠান আৰু ইয়াৰ কমেও ২ লাখ ৭২ হেজাৰ কৰ্মচাৰী আছে।

এটা পৰামৰ্শদাতা পদ (সচিবীয়)-ত নিযুক্তিৰ বাবে ক'ল ইণ্ডিয়া লিমিটেডে আবেদন বিচাৰিছে।

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

পৰামৰ্শদাতা (সচিবীয়)।

খালী পদৰ সংখ্যা

০১টা

বয়স

৬৫ বছৰ।

দৰমহা

মাহিলী ৩৭,৫০০ টকাৰ পৰা ১ লাখ ৫ হেজাৰ টকা।

নিযুক্তিৰ স্থান

সমগ্ৰ ভাৰতত।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

১২-১১-২০২১।

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়।

ৱেবছাইটঃ coalindia.in

শিক্ষাগত অৰ্হতাঃ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক। তদুপৰি সচিবীয় শৃংখলাৰ কামত ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থী সকলে সম্পূৰ্ণ কৈ পূৰণ কৰি নিজৰ বায়ডাটা আৰু প্ৰয়োজনীয় নথি পত্ৰ সহ Chief Manager(Pers)/ HOD(EE), CIL, Coal Bhawan, Action Area 1A, Newtown, Rajarhat, Kolkata, Pin- 700156, West Bengal. Applications Send to through Email Idঃ gmpers.cil@coalindia.in-লৈ আবেদন প্ৰেৰণ কৰিব পাৰে।

বাছনি প্ৰক্ৰিয়া :

# বাছনি প্ৰক্ৰিয়া সাক্ষাৎকাৰৰ ওপৰত নিৰ্ধাৰিত।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


আৰু চাব পাৰেঃ ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন প্ৰতিষ্ঠান-পঞ্চায়তীৰাজত গৱেষণা সহযোগীৰ পদখালী

Next Story
চাকৰি