Begin typing your search above and press return to search.

ক'ল ইণ্ডিয়া লিমিটেডত সঞ্চালক(বিপণন)-ৰ প্ৰয়োজন

ক'ল ইণ্ডিয়া লিমিটেডে সঞ্চালক (বিপণন) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

কল ইণ্ডিয়া লিমিটেডত সঞ্চালক(বিপণন)-ৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jan 2022 12:54 PM GMT

ক'ল ইণ্ডিয়া লিমিটেডৰ বিষয়েঃ

ভাৰতীয় কয়লা প্ৰাধিকৰণ বা ক'ল ইণ্ডিয়া লিমিটেড হৈছে ভাৰত চৰকাৰৰ মালিকানাধীন এটা কয়লা খনন আৰু শোধন প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিমবংগৰ কলকাতাত অৱস্থিত। ভাৰতীয় কয়লা প্ৰাধিকৰণ হৈছে বিশ্বৰ সবাতোকৈ বৃগত্ কয়লা উত্পাদনকাৰী কোম্পানী। ই হৈছে দেশৰ মহাৰত্ন প্ৰতিষ্ঠান। ই হৈছে দেশৰ পঞ্চম বৃহত্ নিয়োগকৰ্তা প্ৰতিষ্ঠান। ইয়াৰ বিষয়া-কৰ্মচাৰীৰ সংখ্যা প্ৰায় ২ লাখ ৭২ হেজাৰ ।

ভাৰতীয় কয়লা প্ৰাধিকৰণে সঞ্চালক ( বিপণন) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখ ভিতৰত আবেদন জনাব পাৰে।

ক'ল ইণ্ডিয়া লিমিটেডত নিযুক্তি-২০২২ঃ

ক'ল ইণ্ডিয়া লিমিটেডে সঞ্চালক (বিপণন) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতাকে ধৰি আনুসংগিক তথ্য তলত উল্লেখ কৰা হৈছে।

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

সঞ্চালক (বিপণন)

খালী পদৰ সংখ্যা

নিৰ্দিষ্টকৈ উল্লেখ নাই।

বয়সৰ সীমা

৪৫ৰ পৰা ৬০ বছৰ।

দৰমহা

মাহিলী ১ লাখ ৮০ হেজাৰ টকাৰ পৰা ৩ লাখ ৪০ হেজাৰ টকা।

আবেদন প্ৰক্ৰিয়া

অফলাইন বা অনলাইন।

অন্তিম তাৰিখ

৩১-০১-২০২২

আবেদন মাচুল

তথ্য উপলব্ধ নহয়।

নিযুক্তিৰ স্থান

দিল্লী।

শিক্ষাগত অৰ্হতা আৰু যোগ্যতাৰ চৰ্ত:

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা উন্নত শৈক্ষিক অৰ্হতাসহ স্নাতক হব লাগিব।

এম বি এ বা পি জি ডি এম থাকিলে সহায়ক অৰ্হতা হব। বিগত ১০ বছৰত বিপণন বা ব্যৱসায় উন্নয়নৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ ন্যূনতম ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

অভিজ্ঞতাঃ বজাৰ গৱেষণা, উত্পাদিত সামগ্ৰী/ সেৱাৰ উন্নয়নৰ কামত অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ

আবেদন জনোৱাৰ বাবে ক'ল ইণ্ডিয়া লিমিটেডৰ ৱেবছাইট coalindia.in চাওক।

বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।



আৰু চাব পাৰে :NEIGRIHMS নিযুক্তি ২০২২: ডি.ৱাই. চিকিৎসা অধীক্ষক আৰু জুনিয়ৰ চিকিৎসা বিষয়াৰ খালী পদ




কেনেদৰে আবেদন কৰিব: আৱেদনকাৰীসকলে সাক্ষাৎকাৰত উপস্থিত থাকোঁতে সকলো প্ৰমাণপত্ৰ, মাৰ্কশ্বীট আৰু অন্যান্য যোগ্যতা আৰু সমৰ্থনকাৰী প্ৰমাণপত্ৰৰ স্ব-প্ৰমাণিত প্ৰতিলিপিৰ এক ছেট আনিব লাগিব।

বাছনি প্ৰক্ৰিয়া: ২০২২ চনৰ ৫ ফেব্ৰুৱাৰীত পুৱা ১০ বজাৰ পৰা প্ৰশাসনিক খণ্ড, কটন বিশ্ববিদ্যালয়, এমচিবি ভৱন, পানবজাৰ, গুৱাহাটী-০১ ত ৱাক-ইন-ইণ্টাৰভিউ অনুষ্ঠিত হ'ব লাগিব ।


আৰু পঢ়ক:NEIGRIHMS নিযুক্তি ২০২২: ডি.ৱাই. চিকিৎসা অধীক্ষক আৰু জুনিয়ৰ চিকিৎসা বিষয়াৰ খালী পদ



Next Story
চাকৰি