Begin typing your search above and press return to search.

ভাৰতীয় কঁপাহ নিগমত সঞ্চালক নিযুক্তিৰ বাবে আবেদন আহ্বান

ভাৰতীয় কঁপাহ নিগমে সঞ্চালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ভাৰতীয় কঁপাহ নিগমত সঞ্চালক নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Aug 2020 10:46 AM GMT

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ১,৬০,০০০ টকাৰ পৰা ২,৯০,০০০ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

ঠিকনাঃ Secretary, Public Enterprises Selection Board, Public Enterprises Bhawan, BlockNo. 14, CGO Complex, Lodhi Road, New Delhi-110003 ।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰস্তুতৰ কৰ্তৃত্ব বৰ্ডৰ অধিকাৰ আছে।

আবেদন জনোৱাৰ বাবে http://pesbonline.gov.in চাওক।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

আৰু চাব পাৰেঃ ৫১ কনিষ্টবল নিযুক্তিৰ বাবে আই টি বি পিৰ আবেদন আহ্বান

Next Story
চাকৰি