কটন বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ পদখালী
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

কটন বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়কৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : প্ৰকল্প সহকাৰী
খালী পদৰ সংখ্যা : ০১টা।
দৰমহা : ২০,০০০ টকা, মাহিলী + HRA
নিযুক্তিৰ স্থান : গুৱাহাটী, অসম
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩১/০৮/২০২১
শিক্ষাগত অৰ্হতা :
• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত পোষ্ট গ্ৰেজুৱেট লগতে নদীয় ভূ - বিজ্ঞান বিশেষ বিষয় হ'ব লাগিব নতুবা ভূ - বিজ্ঞান তথ্য বিশ্লেষণৰ অৰ্হতা থাকিব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
সকলো ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীক নিজৰ আবেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে মেইলৰ জৰিয়তে ৩১ আগষ্ট ২০২১ তাৰিখে, দুপৰীয়া আগেয়ে আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
মেইল : gthakuria@yahoo.in
বাছনি কৰা প্ৰাৰ্থীক অনলাইন সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ কৰা হ'ব।