কটন বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগত অধ্যাপকৰ পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
কটন বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগত অধ্যাপকৰ পদ খালী

কটন বিশ্ববিদ্যালয়ে নিম্নোক্ত বিভাগসমূহত বিভিন্ন পৰ্যায়ৰ অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

পদসমূহঃ

অধ্যাপক (Professor)

খালী পদৰ সংখ্যাঃ ৮ টা ৷ ইয়াৰে এটা পুৰাতত্ত্ব বিভাগৰ৷ এটা উদ্ভিদ বিজ্ঞানৰ, এটা বাণিজ্যৰ, এটা ইংৰাজীৰ, এটা মলিকুলাৰ বায়'লজীৰ, এটা ৰাজনীতি বিজ্ঞানৰ, এটা পৰিসংখ্যা বিজ্ঞানৰ আৰু এটা প্ৰাণী বিজ্ঞানৰ ৷

দৰমহাঃ১, ৪৪, ২০০ টকাৰ পৰা ২,১৮,২০০টকা- (Academic Level-14).

সহযোগী অধ্যাপক

খালী পদৰ সংখ্যাঃ ২৪টা ৷ ইয়াৰে দুটা কম্পিউটাৰ ছায়েন্স আৰু ইনফৰমেশ্যন টেকন'লজিৰ, এটা ডাৱৰ আৰু জলবায়ু কেন্দ্ৰৰ, এটা ভাষা, সংস্কৃতি আৰু কলা কেন্দ্ৰৰ, এটা ৰসায়ন বিজ্ঞানৰ, এটা বাণিজ্যৰ, দুটা পৰিৱেশ জীৱবিজ্ঞান আৰু বন্যপ্ৰাণী বিজ্ঞানৰ, এটা শিক্ষাৰ, এটা ইংৰাজীৰ, এটা বুৰঞ্জীৰ, এটা আইনৰ, এটা গণসংযোগ আৰু সাংবাদিকতাৰ, এটা গণিতৰ, এটা দৰ্শনৰ, এটা পদাৰ্থ বিজ্ঞানৰ, এটা ৰাজনীতি বিজ্ঞানৰ, এটা মনোবিজ্ঞানৰ, এটা সমাজশাস্ত্ৰৰ, এটা পৰিসংখ্যা বিজ্ঞানৰ আৰু এটা প্ৰাণী বিজ্ঞানৰ ৷

দৰমহাঃ১,৩১, ৪০০ টকাৰ পৰা ২,১৭,১০০টকা- (Academic Level-13 A)

সহকাৰী অধ্যাপক ৷

খালী পদৰ সংখ্যাঃ ৭ টা ৷ ইয়াৰে এটা পুৰাতত্ত্ব বিভাগৰ, এটা উদ্ভিদ বিজ্ঞানৰ, এটা ৰসায়ন বিজ্ঞানৰ, এটা বাণিজ্যৰ, এটা শিক্ষাৰ, এটা পদাৰ্থ বিজ্ঞানৰ আৰু এটা প্ৰাণী বিজ্ঞানৰ ৷

দৰমহাঃ৫৭, ৭7০০ টকাৰ পৰা ১, ৮২,৪০০টকা- (Academic Level-13 A)

নিযুক্তিৰ স্থানঃ গুৱাহাটী ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০ নৱেম্বৰ, ২০২১ ৷

শিক্ষাগত অৰ্হতাঃ ইউ জি চিৰ নিয়ম অনুসৰি ৷

আবেদনৰ মাচুলঃ অসংৰক্ষিত /অ বি চি/এম অ বি চিৰ: ২০০০টকা।  এছ চি /এছ টিৰ: ১০০০ টকা। 

মচুল জমা দিয়াৰ পদ্ধতি: Online। 

আগ্ৰহী প্ৰাৰ্থীয়ে আবেদন জনোৱাৰ বাবে http://applyonline.cottonuniversity.ac.in চাব। 

আবেদন পত্ৰ প্ৰেৰণৰ ঠিকনাঃ The Registrar, Cotton University, Panbazar, Guwahati-781001, India.। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com