Begin typing your search above and press return to search.
কটন বিশ্ববিদ্যালয়ত নিযুক্তি ২০২১, প্ৰকল্প সহায়কৰ পদখালী
আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদি সকলো তথ্য চাব পাৰে

By :
কটন বিশ্ববিদ্যালয়ে শেহতীয়াকৈ প্ৰকল্প সহায়ক খালী পদৰ নিযুক্তিৰ বাবে চাকৰিৰ জাননী দিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদি সকলো তথ্য চাব পাৰে:
পদৰ নাম- প্ৰকল্প সহায়ক ।
খালী পদ-২টা ।
ঠিকনা- গুৱাহাটী, অসম ।
দৰমহা উল্লেখ কৰা হোৱা নাই
আবেদন গ্ৰহণৰ অন্তিম তাৰিখঃ ২৫/০৮/২০২১
শিক্ষাগত অৰ্হতাঃ কটন বিশ্ববিদ্যালয়ত প্ৰকল্প সহায়ক পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীগৰাকীয়ে পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ বা জলবায়ু বিজ্ঞানৰ যিকোনো শাখাত শিক্ষাগ্ৰহণ কৰা হ'ব লাগিব। পদাৰ্থ বিজ্ঞান, গণিত আৰু বতৰৰ সঠিক জ্ঞান থাকিব লাগিব ।
আবেদন প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে ২৫ আগষ্ট, ২০২১ তাৰিখে বা তাৰ পূৰ্বে "bhupengoswami100@gmail.com"ত অধ্যাপক বি এন গোস্বামীলৈ আবেদন কৰি তেওঁলোকৰ বায় ডাটা প্ৰেৰণ কৰিব লাগিব।
Next Story