বীমা পৰিষদ এম্বুজমেন (চিআইও)-ত ৪৯টা বিশেষজ্ঞৰ পদখালী
আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ তথ্য চাব পাৰে:

বীমা পৰিষদ এম্বুজমেনে ৪৯ জন বিশেষজ্ঞৰ খালীপদত নিয়ুক্তিৰ বাবে আবেদন বিচাৰিচে।
পদৰ নাম -বিশেষজ্ঞ ।
খালী পদ-৪৯ টা ।
নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত ।
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১৭/০৯/২০২১
দৰমহা- ৩০০০০-৪০০০০/- টকা (প্ৰতি মাহে ।)
শিক্ষাগত অৰ্হতা-এজন বিষয়া হিচাপে ভাৰতত বীমা উদ্যোগত নিম্নতম ১০ বছৰৰ অভিজ্ঞতা (ৰাজহুৱা/ ব্যক্তিগত)। পলিচী চাৰ্ভিচিং / ক্লেইম/ আৰটিআই / আইনবিভাগত শাখা বা একক স্তৰত কাম কৰিছে আৰু এমএছ-অফিচত দক্ষ। যিসকল আৱেদনকাৰীৰ অন্তিম দায়িত্ব ৰাজহুৱা খণ্ডত দ্বিতীয়, তৃতীয় বা চতুৰ্থ স্কেলৰ সমান আছিল তেওঁলোকক বিবেচনা কৰা হ'ব।
আবেদনৰ প্ৰক্ৰিয়া-আবেদন কৰিবলৈ যোগ্য প্ৰাৰ্থীসকলে সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে ১৭ ছেপ্টেম্বৰ ২০২১ তাৰিখে বা তাৰ আগতে ই-মেইল আইডি, Specialist.life@cioins.co.in, Specialist.general@cioins.co.in নিৰ্ধাৰিত প্ৰপত্ৰত তেওঁলোকৰ আবেদন প্ৰেৰণ কৰিব পাৰে ।
বাছনি প্ৰক্ৰিয়া-বাছনি প্ৰক্ৰিয়াটো স্ক্ৰীণিং পৰীক্ষাৰ ওপৰত আধাৰিত হ'ব – এমএছ-অফিচত দক্ষতা পৰীক্ষা আৰু বীমা আৰু অৰ্থনৈতিক বিষয়ৰ সাধাৰণ জ্ঞান।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।