চি আৰ পি এফৰ হাস্পতালত চিকিত্সকৰ পদখালী

চি আৰ পি এফৰ কম্পোজিত হাস্পতালত নিম্নোক্ত চিকিত্সক পদত নিযুক্তিৰ বাবে সাক্ষাতকাৰ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।
চি আৰ পি এফৰ হাস্পতালত চিকিত্সকৰ পদখালী
Published on

পদসমূহঃ

বিশেষজ্ঞ চিকিত্সক।

খালী পদৰ সংখ্যাঃ ০২টা। মেডিচিনৰ এটা আৰু পেথোলজীৰ এটা।

দৰমহাঃ মাহিলী ৮৫ হেজাৰ টকা।

বয়সৰ সীমাঃ ৬২বছৰ।

শিক্ষাগত অৰ্হতাঃ সংশ্লিষ্ট শাখাত স্নাতকোত্তৰ ডিগ্ৰী অথবা স্নাতকোত্তৰ ডিপ্লমা শিক্ষা গ্ৰহণ কৰা হব লাগিব। শিক্ষা সমাপ্তিৰ পাচত ইয়াৰ ডিগ্ৰীধাৰীৰ ক্ষেত্ৰত ডেৰ বছৰৰ আৰু ডিপ্লমাধাৰীৰ ক্ষেত্ৰত দুবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

জি ডি এম অ'

খালী পদৰ সংখ্যাঃ ১৬ টা।

দৰমহাঃ মাহিলী ৭৫ হেজাৰ টকা।

বয়সৰ সীমাঃ ৬২বছৰ।

শিক্ষাগ্ৰত অৰ্হতাঃ প্ৰাৰ্থী এম বি বি এছ ডিগ্ৰীধাৰী আৰু ইণ্টাৰ্ণশ্বিপ কৰা হব লাগিব।

প্ৰাৰ্থী নিযুক্তি প্ৰক্ৰিয়াঃ উক্ত শাখাসমূহত বিশেষজ্ঞ চিকিত্সক নিযু্ক্তিৰ বাবে অসমৰ পাটগাওঁস্থিত বি এছ এফৰ কম্পোজিত হাস্পতালত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব। আনহাতে, জি ডি এম অ নিযু্ক্তিৰ বাবে বি এছ এফৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ অধীনৰ হাস্পতালসমূহত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব।

শেষ তাৰিখঃ ২১-০৬-২০২১ৰ পৰা ৩০-০৬-২০২১।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com