চি আৰ পি হাস্পতালত বিশেষজ্ঞ চিকিত্সা বিষয়া নিযুক্তি

চি আৰ পি হাস্পতালে বিশেষজ্ঞ চিকিত্সা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
চি আৰ পি হাস্পতালত বিশেষজ্ঞ চিকিত্সা বিষয়া নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ৬৯টা।

বয়সৰ সীমাঃ ৭০ বছৰতকৈ কম।

দৰমহাঃ মাহিলী ৮৫ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ দেশৰ বিভিন্ন স্থানত।

প্ৰাৰ্থী বাছনিঃ মৌখিক সাক্ষাতকাৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০-১৬-০৯-২০২০।

আবেদনৰ নিয়মঃ আবেদনৰ নিয়মাৱলী জানিবলৈ www.crpf.gov.in-চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com