চি আৰ পি এফত সহকাৰী উপ-পৰিদৰ্শক নিযুক্তি

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চি আৰ পি এফ)-য়ে সহকাৰী উপ-পৰিদৰ্শক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
চি আৰ পি এফত সহকাৰী উপ-পৰিদৰ্শক নিযুক্তি

খালী পদৰ সংখ্যাঃ ১৫৮টা।

দৰমহাঃ মাহিলী ২৯হেজাৰ দুশ টকাৰ পৰা ১,২৫,০০০টকা।

নিযুক্তিৰ স্থানঃ ভূপাল।

বয়সৰ সীমাঃ ৩১-০৮-২০২০ত ২৫ৰ পৰা ৩০বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

আবেদনৰ মাচুলঃ এশ টকা। এছ চি, এছ টি আৰু মহিলা প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

ঠিকনাঃ DIGP, Group Centre, CRPF, Bhopal, Village-Bangrasia, Taluk-Huzoor, District-Bhopal, M.P.-462045" Note: No TA/DA will be allowed to the candidates for their journey to attend the test.

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীক টি এ-ডি এ দিয়া নহব। তেওঁলোকে নিজা খৰচত আহিব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com