Begin typing your search above and press return to search.

চি আৰ পি এফত সহকাৰী কমাণ্ডেণ্ট (অভিযন্তা) নিযুক্তি পৰীক্ষা

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চি আৰ পি এফ)-ত সহকাৰী কমাণ্ডেণ্ট (চিভিল অভিযন্তা) নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

চি আৰ পি এফত সহকাৰী কমাণ্ডেণ্ট (অভিযন্তা) নিযুক্তি পৰীক্ষা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jun 2021 9:46 AM GMT

খালী পদৰ সংখ্যাঃ ২৫টা। ইয়াৰে ১৩টা অ-সংৰক্ষিত। দুটা আৰ্থিকভাবে পিছপৰা শ্ৰেণী, ছটা অবিচি, তিনিটা এচ চি আৰু এটা এছ টি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

দৰমহাঃ ৫৬,১০০টকাৰ পৰা ১,৭৭,৫০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯-০৭-২০২১।

বয়সৰ সীমাঃ ৩৫ বছৰ।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে প্ৰয়োজনীয় সকলো নথিপত্ৰৰ কপিসহ "DIG, Group Centre, CRPF, Rampur, District-Rampur, U.P.-244901-লৈ আবেদন প্ৰেৰণ কৰিব পাৰিব। আবেদন পত্ৰৰ লেফাফাৰ ওপৰত. "Central Reserve Police Force Assistant Commandant (Engineer/Civil) Exam, 2021- বুলি লিখিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি