Begin typing your search above and press return to search.

শিক্ষক-আন পদত নিযুক্তিৰ বাবে চি আৰ পি এফৰ আবেদন আহ্বান

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী( চি আৰ পি)-য়ে নিম্নোক্ত শিক্ষক আৰু আন পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

শিক্ষক-আন  পদত নিযুক্তিৰ বাবে চি আৰ পি এফৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2021 2:18 PM GMT

পদসমূহঃ

প্ৰধান শিক্ষয়িত্ৰী, খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংস নম্বৰসহ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে বি এড অথবা প্ৰাথমিক শিক্ষাৰ ডিপ্লমা থাকিব লাগিব। তদুপৰি ন্যূনতম ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

দৰমহাঃ মাহিলী ১০ হেজাৰ টকা।

শিক্ষক, খালী পদৰ সংখ্যাঃ চাৰিটা।

শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংস নম্বৰসহ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে বি এড অথবা প্ৰাথমিক শিক্ষাৰ ডিপ্লমা থাকিব লাগিব।

শিক্ষাগত অৰ্হতাঃ মাহিলী ৮ হেজাৰ টকা।

আয়া, খালী পদৰ সংখ্যাঃ ৪টা।

দৰমহাঃ মাহিলী ৬,৫০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৬-২০২১।

বয়সৰ সীমাঃ ২১ৰ পৰা ৪০ বছৰ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ অহা ২৫জুন, ২০২১ৰ পুৱা ১০ বজাৰ পৰা "Deputy Inspector General of Police, group center, CRPF, Dadri, Greater Noida – 201306"-ত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি