Begin typing your search above and press return to search.

চি আৰ পিত ফিজিঅ'থেৰাপিষ্ট-পৰিপুষ্টিবিদৰ পদখালী

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চি আৰ পি এফ)-য়ে ফিজিঅ’থেৰাপিষ্ট আৰু পৰিপুষ্টিবিদ(নিউট্ৰনিচনিষ্ট) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

চি আৰ পিত ফিজিঅথেৰাপিষ্ট-পৰিপুষ্টিবিদৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Jun 2021 12:23 PM GMT

সবিশেষঃ

ফিজিঅ'থেৰাপিষ্টঃ

খালী পদৰ সংখ্যাঃ ৫টা।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

দৰমহাঃ মাহিলী ৫০ হেজাৰৰ পৰা ৬০ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় বিশ্ববিদ্যালয় বা বিদেশী বিশ্ববিদ্যালয়ৰ অধীনত ফিজিঅ'থেৰাপিৰ স্নাতকোত্তৰ ডিগ্ৰী(এম পি টি- স্পৰ্টছ)ধাৰী হব লাগিব।

বয়সৰ সীমাঃ ৪০ বছৰ।

পৰিপুষ্টিবিদ

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

বয়সৰ সীমাঃ ৫০ বছৰ।

দৰমহাঃ মাহিলী ৫০ হেজাৰৰ পৰা ৬০ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ নিউট্ৰিচনৰ এম এছ চি বা নিউট্ৰিচন এণ্ড ডায়েটিকচৰ পি জি ডিপ্লমা থকা হব লাগিব।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে কেৱল igtrg@crpf.gov.in-ৰ জৰিয়তে আবেদন জনাব পাৰিব। আবেদন ২৫ জুন, ২০২১ৰ ভিতৰত জনাব লাগিব। Training Directorate, CRPF, East Block-10, Level-7, Sector-1, R.K.Puram, New Delhi-110066-ত সাক্ষাতকাৰ অনুষ্ঠিত হব পাৰে।


সবিশেষ জানিবলৈ এই শাৰীত ক্লিক কৰক।

Next Story
চাকৰি