Begin typing your search above and press return to search.

CSIR NEIST যোৰহাটত ০৫প্ৰবন্ধক, প্ৰকল্প সহকাৰী,অন্য পদখালী

CSIR NEIST যোৰহাটত ৫ জন মেনেজাৰ, প্ৰকল্প সহযোগী আৰু অন্যান্য খালীপদৰ বাবে আবেদন আমন্ত্ৰণ কৰিছে ।

CSIR NEIST যোৰহাটত ০৫প্ৰবন্ধক, প্ৰকল্প সহকাৰী,অন্য পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Oct 2021 11:57 AM GMT

উত্তৰ পূৰ্বাঞ্চল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান যোৰহাট হৈছে দিল্লী স্থিত বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদৰ এক উপাদান, যাৰ সম্বন্ধ দেশ তথা উত্তৰ পূৰ্বাঞ্চল সম্বন্ধীয় ভিন্ন বিভাগীয় গৱেষণা আৰু উন্নয়ন সম্বন্ধীয় কম সমূহৰ সৈতে। পূৰ্বতে এই অনুষ্ঠান ১৯৬১চনত ৰসায়ন বিজ্ঞান গৱেষণাগাৰৰ অধীনত এটি বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদৰ এটি বিভাগীয় গৱেষণাগাৰ ৰূপে স্থাপিত কৰা হৈছিল।

পদৰ নাম

প্ৰবন্ধক (ইনকিউবেটৰ)

পদৰ সংখ্যা

০১

শিক্ষাগত অৰ্হতা

MBA লগতে B. Tech/ M. Sc (জৈৱ তথ্যবিজ্ঞান)

অভিজ্ঞতা

উদ্যোগ/ গৱেষণা আৰু উন্নয়ন/ শৈক্ষিক অনুস্থানত ৮বছৰীয়া অভিজ্ঞতা। প্ৰযুক্তি ব্যৱসায় ইনকিউবেটৰ / ষ্টাৰ্ট-আপ আদিত অভিজ্ঞতাসম্পন্ন। (প্ৰযুক্তি ব্যৱসায় ইনকিউবেটৰ / ষ্টাৰ্ট-আপ আদিত অভিজ্ঞতা নথকা সকলে আবেদন কৰিব নোৱাৰিব)।

আকাংক্ষিত

ব্যৱস্থাপনা/ অভিযান্ত্ৰিক/ বিজ্ঞান বিষয়ত P. Hd ডিগ্ৰীধাৰী। চৰকাৰী কাৰ্য্যবিধিৰ জ্ঞান, ব্যৱসায় ইনকিউবেটৰৰ/ ষ্টাৰ্ট-আপৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰিবেশৰ সৈতে পৰিচিত।

বয়স

৫০বছৰ

দৰমহা

৭০,০০০/- টকা, মাহিলী

পদৰ নাম

কাৰিকৰী পৰামৰ্শদাতা

পদৰ সংখ্যা

০১

শিক্ষাগত অৰ্হতা

MBA লগতে B. Tech/ M. Sc

অভিজ্ঞতা

উদ্যোগ/ গৱেষণা আৰু উন্নয়ন/ শৈক্ষিক অনুস্থানত ৫বছৰীয়া অভিজ্ঞতা। প্ৰযুক্তি ব্যৱসায় ইনকিউবেটৰ / ষ্টাৰ্ট-আপ আদিত অভিজ্ঞতাসম্পন্ন। (প্ৰযুক্তি ব্যৱসায় ইনকিউবেটৰ / ষ্টাৰ্ট-আপ আদিত অভিজ্ঞতা নথকা সকলে আবেদন কৰিব নোৱাৰিব)।

আকাংক্ষিত

ব্যৱস্থাপনা/ অভিযান্ত্ৰিক/ বিজ্ঞান বিষয়ত P. Hd ডিগ্ৰীধাৰী। বৌদ্ধিক সম্পদাধিকাৰৰ সংৰক্ষণ আৰু সঞ্চালৰ জ্ঞান, উদ্ভাৱনৰ জ্ঞান/ স্তাৰ্ট- আপ পুঁজি, উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ উদ্ভাৱনী পৰিবেশৰ সৈতে নেটৱৰ্ক থাকিব লাগিব।

বয়স

৫০বছৰ

দৰমহা

৫০,০০০/- টকা, মাহিলী

পদৰ নাম

বাণিজ্য উন্নয়ন প্ৰবন্ধক (BDM)

পদৰ সংখ্যা

০১

শিক্ষাগত অৰ্হতা

MBA (মাৰ্কেটিঙ), জন সংযোগ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী।

অভিজ্ঞতা

উদ্যোগ/ বাণিজ্য উন্নয়ন সম্বন্ধীয় স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান, গ্ৰাহক সম্পৰ্কীয় ব্যৱস্থাপনা, অনুষ্ঠান ব্যৱস্থাপনা, জন সংযোগ বিভাগত ৪বছৰীয়া অভিজ্ঞতা। ক্ৰিয়েটিভ ডিজিটেল মেডিয়া বনোৱাত কৌশলী হোৱা প্ৰয়োজনীয়।

আকাংক্ষিত

প্ৰযুক্তি ব্যৱসায় ইনকিউবেটৰ / ষ্টাৰ্ট-আপ আদিত অভিজ্ঞতা থকা আকাংক্ষিত।

বয়স

৪০বছৰ

দৰমহা

৪০,০০০/- টকা, মাহিলী

পদৰ নাম

কাৰিকৰী বিষয়া

পদৰ সংখ্যা

০১

শিক্ষাগত অৰ্হতা

জীৱ বিজ্ঞান বিষয়ত M. Sc/ B. Tech

অভিজ্ঞতা

উদ্যোগ/ গৱেষণা আৰু উন্নয়ন/ শৈক্ষিক অনুষ্ঠানত ৩বছৰীয়া অভিজ্ঞতা আৰু বৈজ্ঞানিক সা - সৰঞ্জাম সম্ভালাত পৰিচিত।

আকাংক্ষিত

অভিযান্ত্ৰিক/ বিজ্ঞান বিভাগত P. Hd ডিগ্ৰী। প্ৰযুক্তি ব্যৱসায় ইনকিউবেটৰ / ষ্টাৰ্ট-আপ আদিত অভিজ্ঞতা থকা আকাংক্ষিত।

বয়স

৪০বছৰ

দৰমহা

৩০,০০০/- টকা, মাহিলী

পদৰ নাম

কাৰ্য-সূচী সহযোগী

পদৰ সংখ্যা

০১

শিক্ষাগত অৰ্হতা

গ্ৰেজুৱেট (কম্পিউটাৰ জ্ঞান/ জ্ঞান প্ৰযুক্তিবিদ্যা)

অভিজ্ঞতা

উদ্যোগ/ গৱেষণা আৰু উন্নয়ন/ শৈক্ষিক অনুষ্ঠানত ৩বছৰীয়া অভিজ্ঞতা আৰু ৱেব পেজ ডিজাইন আৰু দাতাবেছ ব্যৱস্থাপনাত অভিজ্ঞ।

আকাংক্ষিত

প্ৰযুক্তি ব্যৱসায় ইনকিউবেটৰ / ষ্টাৰ্ট-আপ আদিত অভিজ্ঞতা থকা আকাংক্ষিত।

বয়স

৪০বছৰ

দৰমহা

৩০,০০০/- টকা, মাহিলী

আবেদন প্ৰক্ৰিয়া : ইচ্ছুক আৰু উপযুক্ত সমূহ নিম্নোক্ত দিনা আৰু সময়ত সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব। সাক্ষাৎকাৰৰ বাবে প্ৰয়োজনীয় নথি পত্ৰৰ প্ৰকৃত প্ৰতিলিপি আৰু পাছপৰ্ট ফটো জমা কৰিব লাগিব। এই সমূহ জমা কৰিব নোৱাৰা সকলক বাছনি কৰা নহ'ব। আৰ basoninkora প্ৰাৰ্থী সমূহে অশৈৰেই কাম আৰম্ভ কৰিব লাগিব।

তাৰিখ : ২৯/১০/২০২১

সময় : পুৱা ৯:৩০বজাৰ পৰা

অৱস্থান : CSIR - উত্তৰ পূৰ্বাঞ্চল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান যোৰহাট, ৭৮৫০০৬


আৰু চাব পাৰেঃ এ পি এছ চিৰ গৱেষণা সহকাৰী নিযুক্তিৰ বাবে আবেদন আহ্বান

Next Story
চাকৰি