Begin typing your search above and press return to search.
ডেফান জুনিয়ৰ কলেজ বিশ্বনাথ চাৰিআলিত প্ৰবক্তাৰ পদখালী
পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে ।

ডেফান জুনিয়ৰ কলেজ, বিশ্বনাথ চাৰিআলিত ১ জন প্ৰবক্তা [বিষয়: পদাৰ্থ বিজ্ঞান] পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
পদৰ নাম - প্ৰবক্তা (বিষয়: পদাৰ্থ বিজ্ঞান) ।
খালী পদ-১টা ।
বয়স-২২+
দৰমহা-ডেফান জুনিয়ৰ কলেজৰ নিয়ম অনুসৰি ।
নিযুক্তিৰ স্থান- বিশ্বনাথ চাৰিআলি,অসম ।
আবেদনৰ অন্তিম তাৰিখ- ০৪/০৯/২০২১ ।
আবেদন প্ৰক্ৰিয়া -ইমেইল ।
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীসকল স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া- আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদন ইমেইল আইডিলৈ প্ৰেৰণ কৰিব পাৰে:- djcbnc@gmail.com প্ৰাৰ্থীসকলে নিম্নলিখিত ঠিকনালৈ ডাকযোগে আবেদন পঠিয়াব পাৰে:- অধ্যক্ষ ডেফান জুনিয়ৰ কলেজ বিশ্বনাথ চাৰিআলি, জিলা:- বিশ্বনাথ, পি.ও.- বিশ্বনাথ, পিন:-৭৮৪১৭৬
Next Story