Begin typing your search above and press return to search.

চাকৰিৰ আবেদন আহ্বান দৰঙৰ সমাজ কল্য়াণ বিভাগৰ কাৰ্যালয়ৰ

দৰঙৰ সমাজ কল্য়াণ কাৰ্যালয়ে ক্লিনিকেল ছাইকোলজিষ্ট, ফিজিঅ'থেৰাপিষ্ট/ অকুপেচনেল থেৰাপিষ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে

চাকৰিৰ আবেদন আহ্বান দৰঙৰ সমাজ কল্য়াণ বিভাগৰ কাৰ্যালয়ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Dec 2021 9:21 AM GMT


দৰঙৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ নিযুক্তি- ২০২২ঃ

দৰঙৰ সমাজ কল্য়াণ বিভাগৰ কাৰ্যালয়ে ক্লিনিকেল ছাইকোলজিষ্ট, জ্যেষ্ঠ ফিজিঅ'থেৰাপিষ্ট/ অকুপেচনেল থেৰাপিষ্ট. নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থীসকলে তলত সকলো প্ৰাসংগিক তথ্য পাবঃ


পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ক্লিনিকেল ছাইকোলজিষ্ট, জ্যেষ্ঠ ফিজিওথেৰাপিষ্ট/ অকুপেচনেল থেৰাপিষ্ট।


খালী পদ

১২টা।

বয়স

০১-০১-২০২১-ত সৰ্বোচ্চ ৩৮ বছৰ।

আবেদনৰ মাচুল

আবেদনৰ মাচুল নাই।

অন্তিম তাৰিখ

১২ জানুৱাৰী, ২০২২।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ।

ৱেবচাইট

darrang.nic.in


পদৰ সবিশেষঃ


ক্লিনিকেল ছাইকোলজিষ্ট, খালী পদঃ ১টা।

জ্যেষ্ঠ ফিজিওথেৰাপিষ্ট/ অকুপেচনেল থেৰাপিষ্ট, খালী পদঃ ১টা।

অৰ্থপেডিকেলী হেণ্ডিকেপড ছিনিয়ৰ প্ৰছথেটিষ্ট/ অৰ্থোটিষ্ট, খালী পদঃ ১টা।

প্ৰছথেতিষ্ট / অৰ্থোটিষ্ট টেকনিচিয়ান, খালী ৰদঃ ১টা।

ছিনিয়ৰ স্পীচ থেৰাপিষ্ট / অডিঅলজিষ্ট, খালী পদঃ ১টা।

হিয়েৰিং এছিষ্টেণ্ট/ জুনিয়ৰ স্পীচ থেৰাপিষ্ট, খালী পদঃ ১টা।

মবিলিটী ইনষ্ট্ৰাক্টৰ, খালী পদঃ ১টা।

মাল্টিপাৰ্পোজ ৰিহেবিলিটেচন ৱৰ্কাৰ, খালী পদঃ ১টা।

গাণনিক তথা কেৰাণী তথা গুদামৰক্ষী, খালী পদঃ ১টা।

এটেণ্ডেণ্ট তথা পিয়ন তথা বাৰ্তাবাহক, খালী পদ ৃঃ ১টা।

ক্ষেত্ৰ তথা প্ৰচাৰ সহায়ক, খালী পদঃ ১টা।

ভকেচনেল কাউন্সেলৰঃ খালী পদঃ ১টা।


শিক্ষাগত অৰ্হতাঃ

ক্লিনিকেল ছাইকোলজিষ্টঃ এম এ বা এম ফিল। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

জ্যেষ্ঠ ফিজিওথেৰাপিষ্ট/ অকুপেচনেল থেৰাপিষ্টঃ স্নাতকোত্তৰ ডিগ্ৰী। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

অৰ্থপেডিকেলী হেণ্ডিকেপড ছিনিয়ৰ প্ৰছথেটিষ্ট/ অৰ্থোটিষ্টঃ স্নাতক।

প্ৰছথেতিষ্ট / অৰ্থোটিষ্ট টেকনিচিয়ানঃ আই টি আই।

ছিনিয়ৰ স্পীচ থেৰাপিষ্ট / অডিঅলজিষ্টঃ বি এছ চি / স্নাতকোত্তৰ।

হিয়েৰিং এছিষ্টেণ্ট/ জুনিয়ৰ স্পীচ থেৰাপিষ্টঃ ডিপ্লমা।

মবিলিটী ইনষ্ট্ৰাক্টৰঃ দশম শ্ৰেণী, ডিপ্লমা।

মাল্টিপাৰ্পোজ ৰিহেবিলিটেচন ৱৰ্কাৰঃ দ্বাদশ, ডিপ্লমা। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

গাণনিক তথা কেৰাণী তথা গুদামৰক্ষীঃ বি কম /এছ এ এছ।

এটেণ্ডেণ্ট তথা পিয়ন তথা বাৰ্তাবাহকঃ অষ্টম শ্ৰেণী।

ক্ষেত্ৰ তথা প্ৰচাৰ সহায়কঃ স্নাতক।

ভকেচনেল কাউন্সেলৰঃ স্নাতক।


আবেদনৰ নিয়মঃ

আবেদনৰ পদক্ষেপ

● প্ৰথমে darrang.nic.in অফিচিয়েল ৱেবছাইট চাওক

●আৰু আপুনি আবেদন কৰিব লগা দৰঙৰ সমাজ কল্যাণ কাৰ্যালয়ৰ নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

● চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

●আবেদন প্ৰপত্ৰ পূৰণ কৰাৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

●যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

●আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখৰ (১২ জানুৱাৰী ২০২২) আগতে নথি-পত্ৰৰ স্ব-প্ৰত্যায়িত প্ৰতিলিপিসহ আবেদন জনাওক। আৰু আবেদন পত্ৰ নম্বৰ/স্বীকৃতি নম্বৰ প্ৰাপ্ত কৰক।





আৰু চাব পাৰে : IIT ৰুৰকী নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্চ ফেলোৰ পদখালী


Next Story
চাকৰি