জিলা উপায়ুক্ত, বৰপেটা জিলাৰ নিযুক্তি ২০২০

জিলা উপায়ুক্ত, বৰপেটা জিলাৰ নিযুক্তি ২০২০

জিলা উপায়ুক্ত, বৰপেটা জিলাৰ নিযুক্তি ২০২০

পদৰ নাম: জুনিয়ৰ এচিছটেন্ট

পদ খালী: ২৭

দৰমহা: ১৪০০ পৰা ৬০৫০০ পর্যন্ত

বয়ৰ: ১৮ বছৰৰ পৰা ৪৪ লৈ কে হব লাগিব ০১.০১.২০২০ ভিতৰত।

শিক্ষাগত অর্হতা: ১)স্নাতক ডিগ্ৰী থাকিব লাগিব, কলা/বিজ্ঞান/বাণিজ্য যিকোনো শাখাৰ ষ্টেট বা চেন্ট্ৰেল চৰকাৰৰ পৰা।

২) লগতে কম্পিউতাৰ জ্ঞান যেনে, MS Window, Linux, MAC, EXCEL, PowerPoint, DTP (অসমীয়া/ইংৰাজী) হব লাগিব।

৩) লগতে ছয় মাহৰ কম্পিউতাৰৰ এখন ডিপলমা ইন কম্পিউতাৰ এপ্লিটেশন থাকিব লাগিব ষ্টেট বা চেন্ট্ৰেল চৰকাৰৰ পৰা।

আবেদন পদ্ধতি: অনলাইন যোগে কৰিব লাগিব.......

অধিক জানিবৰ বাবে : click here 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com