চিৰাঙৰ উপাযুক্ত কাৰ্যালয়ত মুখ্য সহায়কৰ পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ তথ্য চাব পাৰে:
চিৰাঙৰ উপাযুক্ত কাৰ্যালয়ত মুখ্য সহায়কৰ পদ খালী

 চিৰাঙৰ উপাযুক্ত কাৰ্যালয়ত মুখ্য সহায়কৰ খালীপদৰ নিযুক্তিৰ বাবে  আবেদন বিচৰা হৈছে।  

পদৰ নাম -মুখ্য সহায়ক ।

খালী পদ - বিভিন্ন ।

অৱস্থান- চিৰাং, অসম ।

দৰমহা -২২,০০০ টকা – ৮৭,০০০/- প্ৰতি মাহে ।

আবেদনৰ অন্তিম তাৰিখ- ২৮/০৯/২০২১

বয়স উল্লেখ কৰা হোৱা নাই ।

শিক্ষাগত অৰ্হতা-ডিচি কাৰ্যালয় চিৰাঙৰ চৰকাৰী জাননী অনুসৰি।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন উপায়ুক্ত চিৰাং কাজলগাওঁৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com