গাঁওপ্ৰধান নিযুক্তিৰ বাবে হাইলাকান্দিৰ উপাযুক্ত কাৰ্যালয়ৰ আবেদন আহ্বান

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
গাঁওপ্ৰধান নিযুক্তিৰ বাবে হাইলাকান্দিৰ উপাযুক্ত কাৰ্যালয়ৰ আবেদন আহ্বান
Published on: 

উপায়ুক্ত কাৰ্যালয় হাইলাকান্দিত, গাওঁ প্ৰধানৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : গাওঁ প্ৰধান ।

খালী পদৰ সংখ্যা : ১৬৮টা।

বয়স : ৩০বছৰ।

দৰমহা : নিয়মাৱলী অনুসৰি ।

নিযুক্তিৰ স্থান : হাইলাকান্দি, অসম।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৭/১০/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী উপায়ুক্ত কাৰ্যালয় হাইলাকান্দিৰ অফিচিয়েল অধিসূচনাত উল্লেখিত হিচাপে শিক্ষাপ্ৰাপ্ত হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ বাবে আবেদন দাখিল কৰিবলৈ ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্য ৰূপত, প্ৰয়োজনীয় নথিপত্ৰ সহ দায়িত্বভাৰত থকা বিষয়ালৈ প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com