কামৰূপৰ উপায়ুক্ত কাৰ্যালয়ত গাড়ীচালকৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
কামৰূপৰ উপায়ুক্ত কাৰ্যালয়ত গাড়ীচালকৰ পদখালী
Published on

কামৰূপৰ উপায়ুক্ত কাৰ্যালয়ত গাড়ীচালকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : গাড়ীচালক ।

খালী পদৰ সংখ্যা : ০১টা।

বয়স : ১৮ - ৪০বছৰ । 

দৰমহা : ১৪,০০০ - ৬০,৫০০টকা (মাহিলী)।

নিযুক্তিৰ স্থান : কামৰূপ, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩০/০৯/২০২১।

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ  হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ উপায়ুক্ত কাৰ্যালয় কামৰূপৰ অফিচিয়েল ৱেবছাইটত অনলাইন যোগে দাখিল কৰিব লাগিব।

অফিচিয়েল ৱেবছাইট : kamrup.assam.gov.in

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com