Begin typing your search above and press return to search.
শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত ৰাজহ চিৰস্তাদাৰৰ পদ খালী
এই পদৰ বিৱৰণ, দৰমহাৰ স্কেল আদিৰ বিষয়ে তলত উল্লেখ কৰা হৈছে:-

শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত খালী হোৱা ৰাজহ চিৰস্তাদাৰ পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
পদঃ
ৰাজহ চিৰস্তাদাৰ।
খালী পদৰ সংখ্যাঃ ০১টা।
বয়সৰ সীমাঃ শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ নিয়মানুসৰি।
দৰমহাঃ মাহিলী ২২ হেজাৰ টকাৰ পৰা ৯৭,০০০টকা।
নিযুক্তিৰ স্থানঃ শোণিতপুৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-১১-২০২১।
আবেদন প্ৰক্ৰিয়াঃ অনলাইন /অফলাইন।
আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।
ৱেবছাইটঃ sonitpur.gov.in।
অৰ্হতাঃ প্ৰাৰ্থী অসমৰ কোনো জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিভিন্ন শাখা বিশেষকৈ ৰাজহ শাখাত ১৫ বছৰ কাৰ্যনিৰ্বাহ কৰা হব লাগিব।
সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।
আবেদন শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব।
Next Story