প্ৰতিৰক্ষা মন্ত্ৰালয়ত ফ'ৰমেনৰ পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ তথ্য চাব পাৰে:
প্ৰতিৰক্ষা মন্ত্ৰালয়ত ফ'ৰমেনৰ পদ খালী

প্ৰতিৰক্ষা মন্ত্ৰালয়ে  ফ'ৰমেনৰ খালীপদৰ নিযুক্তিৰ বাবে চাকৰিৰ জাননী দিছে। 

পদৰ নাম -ফ'ৰমেন ।

খালী পদ-২৬ টা ।

অৱস্থান- সমগ্ৰ ভাৰতত ।

দৰমহা- ৪৪,৯০০/- ৰ পৰা ১,৪২,৪০০/- টকা প্ৰতি মাহে ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ২৭/১০/২০২১।

বয়স উল্লেখ কৰা হোৱা নাই ।

শিক্ষাগত অৰ্হতা-প্ৰতিৰক্ষা মন্ত্ৰালয়ত ফ'ৰমেন পদৰ বাবে আবেদন কৰিবলৈ, প্ৰাৰ্থীগৰাকী যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন "ইণ্টিগ্ৰেটেড হেডকোৱাৰ্টাৰ, প্ৰতিৰক্ষা মন্ত্ৰালয়(নৌসেনা), নৌ-অস্ত্ৰ-শস্ত্ৰ পৰিদৰ্শন সঞ্চালকালয় (ডিজিএনএআই) (কমাণ্ডাৰ(এনএআই)-এএছএম), পশ্চিম খণ্ড-৫, উইং-১, প্ৰথম মহলা, আৰ কে পুৰম, নতুন দিল্লী-১১০০৬৬"লৈ প্ৰেৰণ কৰিব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com