প্ৰতিৰক্ষা মন্ত্ৰালয়নিয়োগ ২০২১ - ফ'ৰমেনৰ পদ খালী
প্ৰতিৰক্ষা মন্ত্ৰালয়ে শেহতীয়াকৈ ফ'ৰমেন খালী পদৰ নিযুক্তিৰ বাবে চাকৰিৰ জাননী দিছে। প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
পদৰ নাম - ফ'ৰমেন ।
খালী পদ -২৬ টা ।
অৱস্থান- সমগ্ৰ ভাৰতত ।
দৰমহা-৪৪,৯০০ টকা – ১,৪২,৪০০/- টকা প্ৰতি মাহে ।
আবেদনৰ অন্তিম তাৰিখ- ২৭/১০/২০২১ ।
বয়স উল্লেখ কৰা হোৱা নাই ।
শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীয়ে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব ।
আবেদনৰ প্ৰক্ৰিয়া- আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন "ইণ্টিগ্ৰেটেড হেডকোৱাৰ্টাৰ, প্ৰতিৰক্ষা মন্ত্ৰালয়(নৌসেনা), নৌ-অস্ত্ৰ-শস্ত্ৰ পৰিদৰ্শন সঞ্চালকালয় (ডিজিএনএআই) (কমাণ্ডাৰ(এনএআই)-এএছএম), পশ্চিম খণ্ড-৫, উইং-১, প্ৰথম মহলা, আৰ কে পুৰম, নতুন দিল্লী-১১০০৬৬"লৈ প্ৰেৰণ কৰিব লাগিব।