দিল্লী মেট্ৰো ৰেল নিগমত সমন্বয়ক নিযুক্তি

দিল্লী মেট্ৰো ৰেল নিগমে সমন্বয়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
দিল্লী মেট্ৰো ৰেল নিগমত সমন্বয়ক নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ ১টা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৮-২০২০।

দৰমহাঃ ১.২ লাখষ বাৰ্ষিক বৃদ্ধি ৫ শতাংশ।

আগ্ৰহী প্ৰাৰ্থীয়ে http://www.delhimetrorail.comৰ জৰিয়তে আবেদন জনাব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com