২০২০ চনৰ ডিপাৰ্টমেন্ট অফ টেলিকমিউনিকেশ্যনত নিযুক্তি।
পদৰ নাম - চাব ডিভিজনেল ইঞ্জিনিয়াৰ
পদৰ সংখ্যা- ৯০
দৰমহা- ৪৭,৬০০০ ৰ পৰা ১,৫১,১০০ ভিতৰত প্ৰতি মাহে ।
চাকৰিৰ স্থান - ভাৰতবৰ্ষ
অন্তিম তাৰিখ- ০২/০৩/২০২০
পদৰ নাম - জুনিয়ৰ টেলিকম অফিচাৰ
পদৰ সংখ্যা - ১১
দৰমহা - ৪৪,৯৯০ ৰ পৰা ১,৪২,৪০০ প্ৰতিমাহে ।
চাকৰিৰ স্থান - ভাৰতবৰ্ষ
অন্তিম তাৰিখ- ০২/০৩/২০২০
বাচনি প্ৰক্ৰিয়া- প্ৰতিনিধিত্বৰ ভিত্তিত।
কেনেদৰে আৱেদন কৰিব - ওপৰোক্ত তালিকাত ভুক্ত নথি সমূহ ২/৩/২০২০ তাৰিখৰ আগত সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত জমা দিব লাগিব।
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : আই অ চি এল ত চাকৰি