জিলা উপায়ুক্ত কাৰ্যলয়, বৰপেটা নিযুক্তি ২০২০
পদৰ নাম - কণিষ্ঠ সহকাৰী ।
পদৰ সংখ্যা - ২৭
দৰমহা- ১৪,০০০ ৰ পৰা ৬০,৫০০
বয়স -১৮ ৰ পৰা ৪৪ বছৰৰ ভিতৰত
অৰ্হতা - স্নাতক।
কেনেদৰে আবেদন জনাব - উপযুক্ত প্ৰাৰ্থীয়ে নথি পত্ৰ সমূহ পঠাব পাৰিব ।
অন্তিম তাৰিখ - ০৫-০৬-২০২০