গোৱালপাৰাৰ উপায়ুক্ত কাৰ্যালয়ত ৰাজহ চিৰস্তাদাৰ নিযুক্তি

গোৱালপাৰাৰ উপায়ুক্ত কাৰ্যালয়ে ৰাজহ চিৰস্তাদাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গোৱালপাৰাৰ উপায়ুক্ত কাৰ্যালয়ত ৰাজহ চিৰস্তাদাৰ নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ২২ হেজৰা টকাৰ পৰা ৯৭হেজাৰ টকা। গ্ৰেড পে ১১,৫০০টকা।

নিযুক্তিৰ স্থানঃ গোৱালপাৰা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৯-২০২০।

আবেদনৰ নিয়মঃ শিক্ষাগত অৰ্হতাকে ধৰি আনুসংগিক নথিপত্ৰৰ প্ৰতিলিপিসহ আবেদন পত্ৰ গোৱালপাৰাৰ উপায়ুক্ত কাৰ্যালয়ত জমা দিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com