কাৰ্বি আংলং উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তি ২০২০

কাৰ্বি আংলং উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তি ২০২০
Published on

কাৰ্বি আংলং উপায়ুক্তৰ কাৰ্যালয়ত নিযুক্তি ২০২০

কাৰ্বিআংলং জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভিন্ন বৰ্গৰ পদসমুহ পূৰণ কৰিবলৈ উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/পদৰ নাম: ষ্টেনগ্ৰাফাৰ

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: কলা/বিজ্ঞান/বাণিজ্য বিষয়ত স্নাতক লগতে কম্পিউটাৰ এপ্লিকেচনৰ জ্ঞান থকা প্ৰয়োজন।

দৰমহা: ৫২০০/-ৰ পৰা ২০২০০/- + GP ২৯০০/-

২/পদৰ নাম:জুনিয়ৰ এছিছটেন্ট

পদৰ সংখ্যা: ০২

শিক্ষাগত অৰ্হতা: কলা/বিজ্ঞান/বাণিজ্য বিষয়ত স্নাতক লগতে কম্পিউটাৰ এপ্লিকেচনৰ জ্ঞান থকা প্ৰয়োজন।

দৰমহা: ৫২০০/-ৰ পৰা ২০২০০/- + GP ২৯০০/-

৩/ পদৰ নাম: গাড়ী চালক

পদৰ সংখ্যা: ০২

শিক্ষাগত অৰ্হতা: হাই স্কুল শিক্ষান্ত পৰীক্ষা উৰ্ত্তীণ

দৰমহা: ৫২০০/-ৰ পৰা ২০২০০/- + GP ২৯০০/-

৪/ চকীদাৰ/অৰ্ডালীৰ

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: ক্লাছ ৮

দৰমহা: ৪৫৬০/- ৰ পৰা ১৫০০০/- + GP ১৫০০

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ ৫ /- টকাৰ ড্ৰাফট টিকট লগোৱা এনভেলপত প্ৰেৰণ কৰিব লাগিব। সবিশেষ জানিবলৈ ৱেবচাইট Karbianglong.gov.in ৰ সহায় ল'ব লাগিব।

ঠিকনা: জিলা উপায়ুক্ত কাৰ্যালয়, ডিফু, পিন-৭৮২৪৬০

সৱিশেষ জানিবলৈ: click here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com