Begin typing your search above and press return to search.

লখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়ত কনিষ্ঠ সহায়কৰ পদখালী

লখিমপুৰৰ উপাযুক্ত কাৰ্যালয়ে কনিষ্ঠ সহায়ক (গ্ৰেড-৩) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

লখিমপুৰৰ উপায়ুক্ত কাৰ্যালয়ত কনিষ্ঠ সহায়কৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2020 12:33 PM GMT

খালী পদৰ সংখ্যাঃ ১২টা। ইয়াৰে তিনিটা পদ অ-সংৰক্ষিত, এটা এছ চি, চাৰিটা এছ টি (ভৈয়াম) আৰু দুটা আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

বয়সৰ সীমাঃ ২০২০ৰ এক জানুৱাৰীত প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৪০ বছৰতকৈ অধিক হব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব।

শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক কলা হব লাগিব। ন্যূনতম ছমহীয়া কম্পিউটাৰ এপ্লিকেচনৰ ডিপ্লমা বা চাৰ্টিফিকেট থাকিব লাগিব।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে অনলাইন htps://niyuktiassam.gov.in/dclakhimpur-ৰ জৰিয়তে কৰিব লাগিব। আবেদন ১০ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ ,২০২০ৰ মাজনিশালৈকে গ্ৰহণ কৰা হব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ গুৱাহাটীৰ আৰ জি বৰুৱা কলেজত ইংৰাজীৰ সহকাৰী অধ্যাপকৰ পদখালী

Next Story
চাকৰি