Begin typing your search above and press return to search.

ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ ডাটা এণ্ট্ৰী অপাৰেটৰ নিযুক্তি

এই বিযয়ে বাতৰিটোত সবিশেষ পাব।

ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ ডাটা এণ্ট্ৰী অপাৰেটৰ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Oct 2021 7:45 AM GMT

ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ে ডাটা এণ্ট্ৰী অপাৰেটৰ নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদঃ

ডাটা এণ্ট্ৰী অপাৰেটৰ।

খালী পদৰ সংখ্যাঃ ২৯ টা।

শিক্ষাগত অৰ্হতাঃ ডিব্ৰুগড়ৰ উপাযুক্ত কাৰ্যালয়ৰ অধিসূচনা অনুসৰি হব।

নিযুক্তিৰ স্থানঃডিব্ৰুগড়, অসম।

দৰমহাঃ মাহিলী ১৩,০৪৮টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখ- ০১-১০-২০২১ ।

বয়সৰ সীমাঃ উল্লেখ নাই।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি