চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ত মুখ্য সহায়কৰ পদখালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য পাব।
চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ত মুখ্য সহায়কৰ পদখালী
Published on: 

চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ে মুখ্য সহায়কৰ  খালী পদত নিযুক্তিৰ বাবে  আবেদন বিচাৰিছে। 

পদৰ নাম- মুখ্য সহায়ক ।

খালী পদ -বিভিন্ন ।

অৱস্থান- চিৰাং, অসম ।

দৰমহা - ২২,০০০- ৮৭,০০০/- টকা (প্ৰতি মাহে) ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ২৮/০৯/২০২১ । 

বয়স উল্লেখ কৰা হোৱা নাই ।

শিক্ষাগত অৰ্হতা-চৰকাৰী জাননী অনুসৰি ।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আবেদন পত্ৰখন অধিসূচনাত নিৰ্ধাৰিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com