Begin typing your search above and press return to search.
তিনিচুকীয়াৰ উপাযুক্ত কাৰ্যালয়ত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদ খালী
ইয়াৰ বিষয়ে এই বাতৰিত সবিশেষ তথ্য পাব।

তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ে ডাটা এণ্ট্ৰী অপাৰেটৰ নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদঃ
ডাটা এণ্ট্ৰী অপাৰেটৰ।
খালী পদৰ সংখ্যাঃ ০৫টা।
শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ অধীনত দশম শ্ৰেণী উত্তীৰ্ণ।
নিযুক্তিৰ স্থানঃ তিনিচুকীয়া, অসম।
দৰমহাঃ মাহিলী ১৩,০৪৮টকা।
আবেদন গ্ৰহণৰ শেষ তাৰিখ- ০১-১০-২০২১ ।
Next Story