Begin typing your search above and press return to search.

ইউ আই ডি এ আই নিযুক্তি ২০২২ - ১১ উপ পৰিচালক, সহকাৰী পৰিচালকৰ পদ খালী

আধাৰ কৰ্তৃপক্ষই উপ পৰিচালক, সহকাৰী পৰিচালকৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।

ইউ আই ডি এ আই নিযুক্তি ২০২২ - ১১ উপ পৰিচালক, সহকাৰী পৰিচালকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2021 9:48 AM GMT

ইউ আই ডি এ আইৰ বিষয়েঃ

আধাৰ ( লক্ষ্য নিৰ্দিষ্ট বিত্তীয় আৰু অন্যান্য ৰাজসাহায্য, লাভ আৰু সেৱা) আইন, ২০১৬-ৰ অধীনত আইনগত প্ৰতিষ্ঠানৰূপে ভাৰতীয় একক পৰিচয় কৰ্তৃপক্ষ ( আই এ আই ডি আই) স্থাপন কৰা হৈছে। ২০১৬ৰ ১২ জুলাইত স্থাপন কৰা এই আইনগত সংস্থা ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয় ((MeitY)-ৰ অধীনৰ কৰ্তৃপক্ষ। ২০১৯ত আধাৰ আৰু অন্যান্য আইন (সংশোধন),২০১৯ৰ জৰিয়তে আধাৰ আইনৰ সংশোধন ঘটোৱা হয়।

আধাৰ কৰ্তৃপক্ষত পদ খালীঃ

আধাৰ কৰ্তৃপক্ষই শেহতীয়া ভাৱে উপ পৰিচালক, সহকাৰী পৰিচালকৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

উপ পৰিচালক

সহকাৰী পৰিচালক

কাৰিকৰী বিষয়া

সহকাৰী শাখা বিষয়া

খালী পদ

০৫

০২

০৩

০১

দৰমহা

স্তৰ -১১

স্তৰ -১০

স্তৰ -৮

স্তৰ -৬

বয়স

অধিকতম ৫৬বছৰ

অন্তিম তাৰিখ

২৪/০১/২০২২

ৱেবচাইট

uidai.gov.in


শিক্ষাগত অৰ্হতা :

পদৰ নাম

শিক্ষাগত অৰ্হতা

উপ পৰিচালক

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী উত্তীৰ্ণ হ'ব লাগিব।

সহকাৰী পৰিচালক

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী উত্তীৰ্ণ হ'ব লাগিব।

কাৰিকৰী বিষয়া

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী উত্তীৰ্ণ হ'ব লাগিব।

সহকাৰী শাখা বিষয়া


প্ৰশাসনিক/ আইনী/ নিৰ্মাণ/ মানৱ সম্পদ/ পুঁজি/ একাউণ্ট/ বাজেটিং/ সতৰ্কতা/ ক্ৰয়/ পৰিকল্পনা আৰু আঁচনি/ প্ৰকল্প ৰূপায়ন আৰু নিৰীক্ষণ/ ই শাসন আদিত কৰ্ম অভিজ্ঞতা।

কম্পিউটাৰাইজড কাৰ্য্যালয় পৰিবেশত কাম কৰা প্ৰাথমিক জ্ঞান।


আৱেদন প্ৰক্ৰিয়া :

আগ্ৰহী প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ ভাৰতৰ একক চিনাক্তকৰণ কৰ্তৃপক্ষ (UIDAI), আধাৰ চৌহদ, এন টি আই লে-আউট, কডিগেহালি, প্ৰযুক্তি কেন্দ্ৰ, বেংগালুৰু - ৫৬০০৯২

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক : উপায়ুক্ত কাৰ্য্যালয় পাপুম পাৰে নিযুক্তি ২০২২ - ০১ লেৱ টেকনিচিয়ানৰ পদ খালী



Next Story
চাকৰি