এন আই টি মিজোৰাম নিযুক্তি ২০২২ - ০৪ সহকাৰী পঞ্জীয়ক, ছফ্টৱেৰ বিকাশকৰ পদ খালী

ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠান, মিজোৰামত সহকাৰী পঞ্জীয়ক, ছফ্টৱেৰ বিকাশকৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।
এন আই টি মিজোৰাম নিযুক্তি ২০২২ - ০৪ সহকাৰী পঞ্জীয়ক, ছফ্টৱেৰ বিকাশকৰ পদ খালী

এন আই টি মিজোৰাম :

এন আই টি মিজোৰাম হৈছে ভাৰতৰ, ৩১ খন ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠানৰ মাজত অন্যতম। এই প্ৰতিষ্ঠান অৱস্থিত মিজোৰামৰ আইজল চহৰত। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত নিৰ্মাণ কৰা ১০খন ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠানৰ মাজত এখন হৈছে ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠান, মিজোৰাম।

এই প্ৰতিষ্ঠানৰ প্ৰাথমিক উদ্দেশ্য হৈছে আণ্ডাৰ - গ্ৰেজুৱেট তথা গ্ৰেজুৱেট লগতে Ph. D প্ৰাৰ্থী সকলক গৱেষণা আৰু প্ৰশিক্ষণৰ যোগে শিক্ষা প্ৰদান কৰা। ভাৰতীয় সংসদৰ অধীনত এই প্ৰতিষ্ঠানক পৰিগণিত কৰা হয়, " ইনষ্টিটিউট অফ নেচনেল ইম্পৰ্টেন্স" ৰূপে। এই শিক্ষাদান কৰিবলৈ শিক্ষাৰ্থী সকলক বাছনি কৰা হয় সমগ্ৰ ভাৰত বাছনি পৰীক্ষা - জইণ্ট এণ্ট্ৰেন্স এক্সাম (JEE মেইন) যোগে।

ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠান, মিজোৰামত পদ খালী :

ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠান, মিজোৰামত শেহতীয়া ভাৱে সহকাৰী পঞ্জীয়ক, ছফ্টৱেৰ বিকাশকৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ নাম

 সহকাৰী পঞ্জীয়ক, ছফ্টৱেৰ বিকাশক

খালী পদ 

০৪

দৰমহা

৩০,০০০ - ৭০,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

 আইজল - মিজোৰাম

বয়স

নূন্যতম ৩৫ - অধিকতম ৬৫বছৰ, ০১/০১/২০২১ৰ মতে 

আৱেদন মাছুল 

 • সকলো প্ৰাৰ্থী - ৫০০/- টকা

• SC/ ST/ EWS প্ৰাৰ্থী - ২০০/- টকা

• মাছুল পৰিশোধ প্ৰক্ৰিয়া : অনলাইন 

বাছনি প্ৰক্ৰিয়া

অনলাইন সাক্ষাৎকাৰ 

তাৰিখ 

• আৰম্ভণি তাৰিখ - ২৯/১২/২০২১

•অন্তিম তাৰিখ - ২০/০১/২০২২

পদ অনুসৰি খালী পদৰ সংখ্যা : 

পদৰ নাম

খালী পদ

সহকাৰী পঞ্জীয়ক

০১

ছফ্টৱেৰ বিকাশক

০১

দিপ্লমেণ্ট অভিযন্তা

০১

নেটৱৰ্ক অভিযন্তা 

০১

পদ অনুসৰি শিক্ষাগত অৰ্হতা :

ইচ্ছুক প্ৰাৰ্থী সকল কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লোমা, ডিগ্ৰী, BE/ B Tech, BCA, MCA উত্তীৰ্ণ হ'ব লাগিব। 

পদৰ নাম

অৰ্হতা

সহকাৰী পঞ্জীয়ক

ডিগ্ৰী

ছফ্টৱেৰ বিকাশক

BE/ B Tech/ MCA

দিপ্লমেণ্ট অভিযন্তা

ডিপ্লোমা/ BCA

নেটৱৰ্ক অভিযন্তা

ডিপ্লোমা

পদ সমুহৰ দৰমহাৰ বিৱৰণ :

পদৰ নাম

দৰমহা, প্ৰতি মাহে 

সহকাৰী পঞ্জীয়ক

৭০,০০০/- টকা

ছফ্টৱেৰ বিকাশক

৫০,০০০/- টকা

দিপ্লমেণ্ট অভিযন্তা

৩০,০০০/- টকা

নেটৱৰ্ক অভিযন্তা

৪০,০০০/- টকা 

বয়সৰ বিৱৰণ :

পদৰ নাম

বয়স

সহকাৰী পঞ্জীয়ক

৬৫ বছৰ

ছফ্টৱেৰ বিকাশক

৪০ বছৰ

দিপ্লমেণ্ট অভিযন্তা

৩৫ বছৰ

নেটৱৰ্ক অভিযন্তা

৩৫ বছৰ

আৱেদন দাখিল কৰিবলৈ তলত উল্লেখিত পদক্ষেপ অনুসৰণ কৰক :

• প্ৰথমে অফিচিয়েল ৱেবচাইট nitmz.ac.in লৈ যাওক

• ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠান, মিজোৰাম নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আৱেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক

• সহকাৰী পঞ্জীয়ক, ছফ্টৱেৰ বিকাশক পদৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আৱেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক

• শুদ্ধভাৱে আৱেদন পূৰণ কৰক

• অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন জমা কৰক আৰু ভবিষ্যত প্ৰয়োজনৰ বাবে আৱেদন নং সংগ্ৰহ কৰক

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব।  প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ, সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ পঞ্জীয়ক, ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা প্ৰতিষ্ঠান, মিজোৰাম, চালটলাং, আইজল, মিজোৰাম - ৭৯৬০১২ লৈ প্ৰেৰণ কৰিব লাগিব।

ই - মেইল : registrar@nitmz.ac.in

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com