Begin typing your search above and press return to search.

DFCCIL India-ত প্ৰৱন্ধক-অভিযন্তাৰ বিভিন্ন পদত নিযুক্তি

ডেডিকেটেড ফ্ৰেইট কৰিডৰ কৰ্পোৰেচন অৱ ইণ্ডিয়াই প্ৰৱন্ধকসহ বিভিন্ন পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ।

DFCCIL India-ত প্ৰৱন্ধক-অভিযন্তাৰ বিভিন্ন পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Jun 2021 11:38 AM GMT

পদসমূহঃ

কনিষ্ট প্ৰৱন্ধক। খালী পদৰ সংখ্যাঃ ১১১টা। ইয়াৰে ৩১ টা চিভিল, ৭৭টা অপাৰেচনচ আৰু বিডিৰ, ৩টা মেকানিকেলৰ।

শিক্ষাগত অৰ্হতাঃ চিভিলঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙৰ স্নাতক ডিগ্ৰী।

অপাৰেচনছ আৰু বি ডিঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ দুবছৰীয়া এম বি এ/ পি জি ডি বি এম এ হব লাগিব।

মেকানিকেলঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিং/ বৈদ্যুতিক ইঞ্জিনীয়াৰিং/মেকাট্ৰনিকছ/ মেনুফেকচাৰিং/ইনষ্ট্ৰুমেণ্টেচন এণ্ড কণ্ট্ৰল/ ইলেকট্ৰনিকছ আদিৰ স্নাতক ডিগ্ৰী হব লাগিব।

কাৰ্যবাহী, খালী পদৰ সংখ্যাঃ ৪৪২টা। ইয়াৰে ৭৩টা চিভিল, ৪২ টা বৈদ্যুতিকৰ, ছিগনেল আৰু টেলিকমিউনিকেচন ৮৭টা, অপাৰেচনছ এণ্ড বিডিৰ ২৭৩টা, ৩টা মেকানিকেলৰ।

শিক্ষাগত অৰ্হতাঃ

চিভিলঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙৰ ৩ বছৰীয়া ডিপ্লমা ডিপ্লমা।

বৈদ্যুতিকঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা বৈদ্যুতিক বা ইলেক্ট্ৰনিকছ আদিৰ ইঞ্জিনীয়াৰিঙৰ ৩ বছৰীয়া ডিপ্লমা।

ছিগনেল আৰু টেলিকমিউনিকেচনঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা বৈদ্যুতিক বা ইলেক্ট্ৰনিকছ আদিৰ ইঞ্জিনীয়াৰিঙৰ ৩ বছৰীয়া ডিপ্লমা।

মেকানিকেলঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা মেকানিকেল আদি ইঞ্জিনীয়াৰিঙৰ ৩ বছৰীয়া ডিপ্লমা ডিপ্লমা।

অপাৰেচনছ এণ্ড বিডিঃ ন্যূনতম ৬০ শতাংশ নম্বৰসহ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা স্নাতক।

আবেদনৰ নিয়মঃ আগ্ৰহী আৰু অৰ্হতাসম্পন্ন DFCCIL –ৰ ৱেবছাইট www.dfccil.com- পৰা আবেদন জনাব পাৰে।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি