ডি এফ অ', মংগলদৈত নিযুক্তি ২০২০

ডি এফ অ', মংগলদৈত  নিযুক্তি ২০২০

ডি এফ অ', মংগলদৈত নিযুক্তি ২০২০  

পদৰ নাম - দাতা এন্ত্ৰি অপাৰেটৰ

পদখালী: ০২

শিক্ষাগত অর্হতা:

* হাইস্কুল শিক্ষান্ত উত্তীর্ণ হব লাগিব (যিকোনো শাখাত)

* কম্পিউটাৰ এখন ডিপ্লমা/চার্টিফিকেট থাকিব লাগিব

* ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব

* ভাষা: অসমীয়া আৰু ইংৰাজী জানিব লাগিব

কেনেকৈ আবেদন কৰিব: আপুনি পঠাব লাগিব আপোনাৰ এপ্লিকেশ্বন লগতে সম্পূর্ণ চি.ভি আৰু স্বাক্ষৰ কৰা চার্টিফিকেট, ২ কপি পাছপর্ট জোখৰ ফটো, পেন কার্ডৰ এটা কপি, ভৌটাৰ আই দি/ আধাৰ কার্ডৰ ইত্যাদি তলত দিয়া ঠিকনা টিত পঠাব লাগিব:-

ডিভিজনেল ফৰেষ্ট অফিচৰ, মংগলদৈ ৱেলফেয়াৰ ডিভিজন, প্ৰফুল্ল নগৰ, মংগলদৈ, পিন: ৭৮৪১২৫, জিলা: দৰং

আবেদনৰ অন্তিম তাৰিখ: ১৭ জুন, ২০২০

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com