Begin typing your search above and press return to search.
ডি এফ অ', মংগলদৈত কম্পিউটাৰ অপাৰেটৰ পদত নিযুক্তি ২০২০

ডি এফ অ', মংগলদৈত কম্পিউটাৰ অপাৰেটৰ পদত নিযুক্তি ২০২০
পদৰ নাম -:কম্পিউটাৰ অপাৰেটৰ
পদখালী:০২
শিক্ষাগত অর্হতা:
* হাইস্কুল শিক্ষান্ত উত্তীর্ণ হব লাগিব (যিকোনো শাখা ৰ)
* কম্পিউটাৰ এখন ডিপ্লমা/ চার্টিফিকেট থাকিব লাগিব
* ২ বছৰৰ অভিজ্ঞতা লাগিব
* ভাষা: অসমীয়া আৰু ইংৰাজী জানিব লাগিব
কেনেকৈ আবেদন কৰিব: আপুনি পঠাব লাগিব আপোনাৰ এপ্লিকেশ্বন লগতে সম্পূর্ণ চি.ভি আৰু স্বাক্ষৰ কৰা চার্টিফিকেট, ২ কপি পাছপর্ট জোখৰ ফটো, পেন কার্ডৰ এটা কপি, ভৌটাৰ আই দি/ আধাৰ কার্ডৰ ইত্যাদি তলত দিয়া ঠিকনা টিত পঠাব লাগিব:-
ডিভিজনেল ফৰেষ্ট অফিচৰ, মংগলদৈ ৱেলফেয়াৰ ডিভিজন, প্ৰফুল্ল নগৰ, মংগলদৈ, পিন: ৭৮৪১২৫, জিলা: দৰং
আবেদনৰ অন্তিম তাৰিখ: 6-07-2020
Next Story