Begin typing your search above and press return to search.

ধেমাজিৰ উপায়ুক্ত কাৰ্যালয়ৰ গাঁওবুঢ়া নিযুক্তি

প্ৰাৰ্থীসকলে পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

ধেমাজিৰ উপায়ুক্ত কাৰ্যালয়ৰ গাঁওবুঢ়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2022-02-01T15:58:20+05:30

ধেমাজিৰ উপায়ুক্ত কাৰ্যালয়ৰ গাঁওবুঢ়া নিযুক্তি-২০২২ঃ

ধেমাজিৰ উপায়ুক্ত কাৰ্যালয়ে গাঁওবুঢ়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

প্ৰাৰ্থীসকলে পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

গাঁওবুঢ়া।

পদৰ সংখ্যা

১৮ টা।

দৰমহা

নিয়ম অনুসৰি।

চাকৰিৰ স্থান

ধেমাজি( অসম)।

বয়সৰ সীমা

০১-০১-২০২২-ত সৰ্বোচ্চ ৩০ বছৰ।

অন্তিম তাৰিখ

৭ ফেব্ৰুৱাৰী, ২০২২।

ৱেবছাইট

dhemaji.gov.in

পদৰ সবিশেষঃ

চিচিবৰগাঁৱতঃ ৫টা।

ধেমজিত ৬ টা।

গোগামুখত ৭ টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ অধীনত দশম শ্ৰেণী উত্তীৰ্ণ।

আবেদন প্ৰক্ৰিয়াঃ

প্ৰথমে ৱেবছাইট dhemaji.gov.in চাব।

তাৰ পাছতে চাকৰিৰ অধিসূচনাৰ কেৰিয়াৰ বা নিযুক্তি অপচন চাব।

গাঁওবুঢ়া চাকৰিৰ অফিচিয়েল লিংক ডাউনলোড কৰিব।

আবেদন পূৰণৰ পূৰ্বে আবেদন গ্ৰহণৰ শেষ তাৰিখ চাব।

কোনো ভুল নোহোৱাকৈ আবেদন প্ৰ-পত্ৰ পূৰণ কৰিব।


আবেদন গ্ৰহণৰ শেষ তাৰিখ অহা ৭ ফেব্ৰুৱাৰী, ২০২২-ৰ ভিতৰত পোৱাকৈ আবেদন প্ৰেৰণ কৰিব।



আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ

Next Story