অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তি

অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসমৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ পৰীক্ষাগাৰ টেকনিচিয়ান নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ১২৮টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

বয়সৰ সীমাঃ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ০১-০১-২০২০ত ১৮ৰ পৰা ৩৮ বছৰ। অৱশ্যে প্ৰাৰ্থীয়ে তিনি বছৰ আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৭-২০২০।

সবিশেষ জানিবলৈ www.dhs.assam.gov.in চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com