Begin typing your search above and press return to search.

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভিন্ন পদ খালী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভিন্ন পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2021 12:08 PM GMT

পদসমূহঃ

প্ৰগ্ৰাম এক্সিকিউটিভ ( ঠিকাভিত্তিক)

খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্ৰী। প্ৰগ্ৰাম প্ৰডাকচনত ন্যূনতম ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। তদুপৰি স্থানীয় ভাষাৰ জ্ঞান থাকিব লাগিব।

বিজ্ঞানী (বি)

খালী পদৰ সংখ্যাঃ লাইফ ছায়েন্সৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। লগতে সংশ্লিষ্ট ক্ষেত্ৰত দুবছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। অথবা দ্বিতীয় শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীসহ পি এইচ ডি থাকিব লাগিব। নতুবা এবছৰৰ কৰ্ম-অভিজ্ঞতাসহ বি ডি এছ বা বি ভি এছ চি ডিগ্ৰী থাকিব লাগিব।


ছিনিয়ৰ প্ৰজেক্ট ফেলো

খালী পদৰ সংখ্যাঃ ০৩টা।

শিক্ষাগত অৰ্হতাঃ বেছিক ছায়েন্সত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। অথবা বৃত্তিমূলক শিক্ষা বা ছচিয়েল ছায়েন্স বা হিউমেনিটিজত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। লগতে ২ বছৰৰ কৰ্মঃঅভিজ্ঞতা থাকিব লাগিব।


ক্ষেত্ৰ অনুসন্ধানকাৰী (ফিল্ড ইনভেজিলেটৰ)

খালী পদৰ সংখ্যাঃ ০৩টা।

শিক্ষাগত অৰ্হতাঃ সংশ্লিষ্ট বিষয় বা সমাজ বিজ্ঞান বা হিউমেনিটিজত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব। অথবা বিজ্ঞানৰ বা সংশ্লিষ্ট বিষয়ত স্নাতক ডিগ্ৰীৰ লগতে ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।


আগ্ৰহী প্ৰাৰ্থীয়ে অহা ০৭ অক্টোবৰৰ ভিতৰত pranjalsarma@dibru.ac.inলৈ আবেদন প্ৰেৰণ কৰিব পাৰে।





Next Story
চাকৰি