ডিব্ৰুগড় বিশ্ববিদ্যালয় নিযুক্তি ২০২০

ডিব্ৰুগড় বিশ্ববিদ্যালয় নিযুক্তি ২০২০

ডিব্ৰুগড় বিশ্ববিদ্যালয় নিযুক্তি ২০২০

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিম্নলিখিত পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম- প্ৰজেক্ট এচিছটেন্ট

পদৰ সংখ্যা -০২

অৰ্হতা - স্নাতকোত্তৰ ( অসমীয়া বিভাগ)

দৰমহা- ১৬,০০০ প্ৰতি মাহে

কেনেদৰে আৱেদন জনাব- Candidates should register their names latest by 10 am on 20/05/2020 at email id: akonwar.du@gmail.com by attaching their Bio-data along with self-certified copies of MA marksheets, certificates and NET/ SET qualified documents only.

https://www.sentinelassam.com/jobs-in-assam/dibrugarh-university-recruitment-2020-477593

সাক্ষাৎকাৰৰ সময়- 21-05-2020

অধিক জানিবৰ বাবে : click here 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com