Begin typing your search above and press return to search.

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এচ.আৰ.এফ পদত নিযুক্তি ২০২০

Dibrugarh uni

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 May 2020 11:29 AM GMT

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এচ.আৰ.এফ পদত নিযুক্তি ২০২০

স্থান: ডিব্ৰুগড়, অসম

পদৰ নাম: এচ.আৰ.এফ

পদ খালী:০১

বয়স: ২৪ পৰা ৩০ বছৰৰ ভিতৰত হব লাগিব

শিক্ষাগত অর্হতা: এম.টেক হব লাগিব পেট্ৰলিয়াম টেক্নলজি/ইজ্ঞিনিয়াৰিং লগতে ৬৫% নম্বৰ হব লাগিব

অর্হতা: ২ বছৰৰ অর্হতা লাগিব

বাচনি পক্ৰিয়া: অনলাইন সাক্ষাৎকাৰ যোগেৰে "meet.google.com" ২৮ মে' ২০২০ পূৱা ১১বজাত

অন্তিম তাৰিখ : 26-05-2020

অধিক জানিবৰ বাবে : click here

Next Story
চাকৰি